English অসমীয়া
redteapost's photo
Logo
@redteapost

Khulumbai! I'm Amlān,

or as the postcard community knows me - redteapost! 👋

Based in Bangalore, where I spend my days working as a software engineer and my nights admiring postcards and stamps.

I’ve created this website to organize and track my postcard collection and swaps, because spreadsheets just weren’t cutting it anymore. 😅

I’m very active on the Postcrossing Forum, and I absolutely love exchanging postcards from all around the globe. 🌍

FOTW (Flags of the World) is my main collection, but I also collect:

If you’d like to swap, feel free to reach out to me on Instagram. ✉️

খুলুম্বাই! মই অম্লান,

প’ষ্টকাৰ্ডৰ জগতত মই ৰেড টি প’ষ্ট নামেৰে পৰিচিত! 👋

মই কৰ্ণাটক ৰাজ্যৰ বেংগালুৰু চহৰত ছ’ফ্টৱেৰ অভিযন্তা হিচাবে কৰ্মৰত। বিশ্বৰ বিভিন্ন দেশৰ পৰা প’ষ্টকাৰ্ড আৰু ডাকটিকট সংগ্ৰহ কৰাটো মোৰ অভিৰুচি।

এই ৱেবছাইটটো মই মোৰ প’ষ্টকাৰ্ড সংগ্ৰহসমূহ শৃংখলাবদ্ধভাবে সংগঠিত কৰিবলৈ সৃষ্টি কৰিছো, যাতে মই সকলো তথ্য একে ঠাইতে ৰাখিব পাৰো। 😅

মই প’ষ্টক্ৰছিং ফ’ৰামত অতি সক্ৰিয়, য’ত মই সমগ্ৰ বিশ্বৰ প’ষ্টক্ৰছাৰ সকলৰ লগত প’ষ্টকাৰ্ড বিনিময় কৰি ভাল পাওঁ। 🌍

বিশ্বৰ পতাকাৰ শৃংখলা (এফ অ’ টি ডাব্লিউ: ফ্লেগছ অফ দা ৱৰ্ল্ড) মোৰ মূল সংগ্ৰহৰ বিষয়, যদিও মই আন বহু বিষয় সংগ্ৰহ:

যদি আপুনি মোৰ সৈতে প’ষ্টকাৰ্ড বিনিময় কৰিব বিচাৰে তেন্তে মোক ইনষ্টাগ্ৰামত যোগাযোগ কৰক। ✉️